থাপ
thāpa
অৰ্থ
1.
অকস্মাৎ হাত মেলি ধৰা কাৰ্য্য, কোনো বস্ত্ত ধৰিবৰ নিমিত্তে হাতেৰে মৰা ছাপ
the act of seizing sudeenly by the hand
বি.
2.
অকস্মাৎ ওপৰৰপৰা আহি মৰা চাব; ওপৰৰপৰা ছোঁ মাৰি হঠাৎ নখেৰে ধৰি লৈ যোবা কাৰ্য্য
pouncing upon
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ