← ফুৰি যাওক

থাপ মাৰ্

অৰ্থ

1.

থপিয়া; অকস্মাৎ হাত মেলি ধৰ্; অকস্মাৎ ওপৰৰপৰা আহি চাৰ মাৰ্

to seize suddenly by the hand; to pounce upon

2.

খন্তেকৰ নিমিত্তে কৰ্ বা ধৰ্

to do anything haphazardly

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ