কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছবুৰchaburaNoun
অপেক্ষা
waiting
- ছমজদাৰchamajadāraNoun
ৰসজ্ঞ
connoisseur
- ছমজ্chamajIntransitive verb
ভালকৈ বুজ্
to understand clearly
- ছমনchamanaNoun
কোনো এক ঠাইত এক নিৰ্দ্দিষ্ট সময়ত উপস্হিত বা হাজিৰ হ'বলৈ আজ্ঞা কৰা পত্ৰ।
summon
- ছমহীয়াchamahīẏāNoun
মৱত্যুৰ ছমাহ পাছত কৰা মৱতকৰ শৰাধ আদি
the ceremonies performed six months after the death of a person in his honour
- ছলchalaNoun
ঠগ; ফাকি; বঞ্চন; প্ৰবঞ্চনা; প্ৰতাৰণা; এটা কথাক বা এটা কাৰ্য কৰি আন এটা কথা বা কাৰ্য্য দেখুওবা কাৰ্ষ
deceit; fraud; a pretext; stratagem; tactics; trick
- ছল কৰোঁতাsol ko.ro`~.taCommon Noun
যি ব্যক্তিয়ে প্ৰবঞ্চনা কৰে বা মিছা ভাও দি আনক ঠগে|
a person who makes deceitful pretences.
- ছল কৰ্sol korVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- ছল চাইsol saiAdverb
উপযুক্ত সময়-সুবিধা চাই
siezing the best opportunity
- ছল ভুৱা দেsol.bhu.wa deVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- ছল-চাতুৰীsol-sa.tu.riAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ছল-ছন্দchala-chandaNoun
ছলনা আৰু প্ৰতাৰণা; বুদ্ধি-সন্ধি; ক্ৰিয়া-সাধনৰ উপায়; যেনে-"ছল-ছন্দ কৰি তেওঁক ধৰি আনিবা"
deceit and craft; tricks; devices
- ছল-সংকেতso.lo-xong.ketAbstract Noun
A diagram showing the flow of activities that a computer software is programmed to perform.
- ছলগ্ৰাহchalagrāhaNoun
কোনো বস্ত্ত আত্মসাৎ বা গ্ৰহণ কৰিবলৈ কৰা কৌশল; যেনে-"নানা ছলগ্ৰাহ কৰি সি বিধবাজনীৰ মাটিখিনি ল'লে"
deceitful means
- ছলনNoun
কৱদ
act of cheating
- ছলনাchalanāNoun
প্ৰতাৰণা; বঞ্চনা
deception; cheating
- ছলনা কৰso.lo.na korVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- ছলনাকাৰীso.lo.na.ka.riProper Adj.
প্ৰকৃত বা সঁচা বুলি দাবী কৰা, কিন্তু দৰাচলতে তেনে নোহোৱা
claimed to be from the original sources, but actually not
- ছলবাদchalabādaNoun
আনক ফাকি দিয়া কথা
a deceptive utterance; anything said to deceive others
- ছলহাchalahāNoun
অনৰ্থক বা মিছা-মিছি কথা কৈ ফুৰা ; .ধা ছলহা মাৰ্।
indulgence in idle talk