← ফুৰি যাওক

ছলগ্ৰাহ

chalagrāha

অৰ্থ

1.

কোনো বস্ত্ত আত্মসাৎ বা গ্ৰহণ কৰিবলৈ কৰা কৌশল; যেনে-"নানা ছলগ্ৰাহ কৰি সি বিধবাজনীৰ মাটিখিনি ল'লে"

deceitful means

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছলগ্ৰাহ · অসমীয়া অভিধান