← ফুৰি যাওক

ছমহীয়া

chamahīẏā

অৰ্থ

1.

মৱত্যুৰ ছমাহ পাছত কৰা মৱতকৰ শৰাধ আদি

the ceremonies performed six months after the death of a person in his honour

বি.

2.

ছমাহ থকা

six months old; lasting for six months

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছমহীয়া · অসমীয়া অভিধান