← ফুৰি যাওক

ছলহা

chalahā

অৰ্থ

1.

অনৰ্থক বা মিছা-মিছি কথা কৈ ফুৰা ; .ধা ছলহা মাৰ্।

indulgence in idle talk

বি.

2.

ছলনা; প্ৰতাৰণা; বঞ্চনা; ফাকি

deception; cheating

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ