← ফুৰি যাওক

ছল-ছন্দ

chala-chanda

অৰ্থ

1.

ছলনা আৰু প্ৰতাৰণা; বুদ্ধি-সন্ধি; ক্ৰিয়া-সাধনৰ উপায়; যেনে-"ছল-ছন্দ কৰি তেওঁক ধৰি আনিবা"

deceit and craft; tricks; devices

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছল-ছন্দ · অসমীয়া অভিধান