← ফুৰি যাওক

ছল

chala

অৰ্থ

1.

ঠগ; ফাকি; বঞ্চন; প্ৰবঞ্চনা; প্ৰতাৰণা; এটা কথাক বা এটা কাৰ্য কৰি আন এটা কথা বা কাৰ্য্য দেখুওবা কাৰ্ষ

deceit; fraud; a pretext; stratagem; tactics; trick

বি.

2.

ছল কৰ্; ফাকি দি; ঠক কৰ্; মিছাত সঁচা বোধ জন্মা

to deceive; to represent a thing to be what it is not

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছল · অসমীয়া অভিধান