কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খীৰতীkhi.ro.tiProper Adj.
গাখীৰ দি থকা |
Giving milk; bred or suitable primarily for milk production.
- খীৰতী গাইkhi.ro.ti gaiCommon Noun
গাখীৰ দিয়া গাই গৰু৷
a cow that gives milk.
- খু-দুৱনিkhu-du.wo.niAbstract Noun
কোনো অস্বাভাৱিক মুহূৰ্ত্তত হোৱা মনৰ অস্থিৰতা
a feeling of agitation expressed in continual motion.
- খুঁইয়াkhum̐iẏāNoun
মাহ, সৰিয়হ আদিৰ পেলাই দিয়া শুকান ঠাৰি
the dry refuse stalks of pulses, etc.
- খুঁচি দেkhu~.si deVerb-Trans.
to inflict injury, pierce or wound with a pointed tool or weapon like knife etc.
- খুঁচুৰীয়াkhum̐curīẏāAdjective
নিচেই-সৰু; অলপীয়া; কম পৰিমাণৰ; যেনে -"খুচুৰীয়া কাম; খুচুৰীয়া বিক্ৰী"
in small pieces or quantities; very small
- খুঁচুৰীয়াকৈAdverb
অলপ অলপকৈ; যেনে-খুচুঁৰীয়াকৈ নেবেচে"
in retail
- খুঁটাkhum̐ṭāNoun
ঘৰ আদি ধৰি ৰাখিবৰ কাৰণে বা আন কামৰ নিমিত্তে খিয়কৈ পোতা কাঠ, বাঁহ, লো বা ইটাৰ দণ্ড বা স্তম্ভ
a post; a pillar
- খুঁটা মাৰ্
খুঁটা পুতি মাটিৰ সীমাত চিন দি
to erect boundary marks on land
- খুঁটাত-বন্ধাkhum̐ṭāta-bandhāNoun
চ'ৰা, নামঘৰ আদিৰ লাই-খুঁটাত বন্ধা কাপোৰ; খুঁটাত মেৰোবা বস্ত্ৰ
a piece of cloth wrapped round that post which is meant for the most respectable member of an assembly or community
- খুঁটিkhum̐ṭiNoun
গোঁজ; সৰু আৰু চুটি খুঁটা
a short stake; a peg
- খুঁটি খাkhum̐ṭi, khā
নিজ ঠোঁট বা হাতেৰে ধৰি আহাৰ কৰ্; যেনে-"চৰাই- পোবালিটো বা ল'ৰাটো খুঁটি খাব পৰা হৈছে"
to use one's own beak or hand in eating food
- খুঁটি ঢৰাkhum̐ṭi, ḍharāNoun
চটাই-ঢৰা।
- খুঁটি পোৎkhum̐ṭi, pot
থাকিবলৈ ঠাই ল
to take up residence
- খুঁটি-গছাkhum̐ṭi-gachāNoun
মাটিত খুঁটি পোতাদি পুতি থ'ব পৰা সৰু গছা
a lamp-stand
- খুঁটি-নাটিkhum̐ṭi-nāṭiNoun
কোনো বিষয়ৰ সৰু ভাগ; সৰু-সূৰা কথা
details; nicety
- খুঁটিতলীয়াkhum̐ṭitalīẏāAdjective
খুঁটি-তাল বজাই গীত বা ৰাগ গোবা
singing with the accompaniment of small cymbals
- খুঁটিতালNoun
এবিধ কাঁহৰ বেঁটু বা খুবলি নথকা সৰু তাল
a kind of small cymbal
- খুঁটিয়াkhum̐ṭiẏāTransitive verb
চৰাইৰ দৰে খোঁট্ বা ঠোঁটেৰে আঘাত কৰ্; খোঁট মাৰ্; . জোকা; খং তোল্
to peck at ; to provoke; to pick up quarrel with
- খুঁটিয়া-খুঁটিkhum̐ṭiẏā-khum̐ṭiNoun
পৰস্পৰ বা ইটোবে-সিটোবে আঘাত কৰা কাৰ্য্য
the act of pecking at one another