খুঁটি খা
khum̐ṭi, khā
অৰ্থ
1.
নিজ ঠোঁট বা হাতেৰে ধৰি আহাৰ কৰ্; যেনে-"চৰাই- পোবালিটো বা ল'ৰাটো খুঁটি খাব পৰা হৈছে"
to use one's own beak or hand in eating food
2.
নিজে উপাৰ্জ্জন কৰিব পৰা বা ভাত মোকোলাব পৰা হ
to be able to earn one's own livelihood
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ