← ফুৰি যাওক

খুঁটিয়া-খুঁটি

khum̐ṭiẏā-khum̐ṭi

অৰ্থ

1.

পৰস্পৰ বা ইটোবে-সিটোবে আঘাত কৰা কাৰ্য্য

the act of pecking at one another

বি.

2.

এটাই আনটোক কথাৰে বা কাৰ্য্যেৰে খং তোলা; জোকোবা-জুকুই; চোপতা-চুপতি

act of exchanging provoking words or provoking each other

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ