← ফুৰি যাওক

খুঁটা

khum̐ṭā

অৰ্থ

1.

ঘৰ আদি ধৰি ৰাখিবৰ কাৰণে বা আন কামৰ নিমিত্তে খিয়কৈ পোতা কাঠ, বাঁহ, লো বা ইটাৰ দণ্ড বা স্তম্ভ

a post; a pillar

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খুঁটা · অসমীয়া অভিধান