খুঁচুৰীয়া
khum̐curīẏā
অৰ্থ
1.
নিচেই-সৰু; অলপীয়া; কম পৰিমাণৰ; যেনে -"খুচুৰীয়া কাম; খুচুৰীয়া বিক্ৰী"
in small pieces or quantities; very small
বিণ.
2.
নিচেই সৰু বা মিহি হোবাৰ কাৰণে কৰিবলৈ আচল বা টান
difficult to perform owing to the fineness of the work
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ