← ফুৰি যাওক

খুঁটিয়া

khum̐ṭiẏā

অৰ্থ

1.

চৰাইৰ দৰে খোঁট্ বা ঠোঁটেৰে আঘাত কৰ্; খোঁট মাৰ্; . জোকা; খং তোল্

to peck at ; to provoke; to pick up quarrel with

সক. ধা.

2.

পঢ়োঁতে মাজে মাজে ৰ বা ধমক মাৰ্; আশঙ্কা বা সন্দেহ কৰি পঢ়্

to hesitate or pause in reading

অক. ধা.

3.

নখেৰে চেপি বা চিকুটি মাৰ্; যেনে-"ওকণি খুঁটিয়া"

to pick out and kill by the nails of fingers

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খুঁটিয়া · অসমীয়া অভিধান