কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চকাছন্দাso.ka.son.daProper Adj.
পোহৰৰ অভাৱত ভালদৰে মনিব নোৱাৰা
obscure from lack of light or emitted light
- চকামকাcakāmakāNoun
খন্তেকীয়া পোহৰ
a temporary flash of light
- চকামকাকৈso.ka.mo.ka.koiAdverb
ভালদৰে স্পষ্টকৈ নেদেখাকৈ; চকুৰে ভালকৈ মণিব নোৱাৰা ধৰণে৷
in a blurred manner; in a way not capable of being clearly distinguished, as by the eyes.
- চকামৰাso.ka.mo.raCommon Noun
০.৫খন পৰা ২.৫ মিটাৰমান ওখ ফুল ফুলা জোপোহা গছ৷
An annual, variable, erect, ascendant under shrub and measuring up to 0.5 to 2.5 meters tall. The stems are covered with minute star-like hairs and often tinged purple.
- চকাহcakāhaNoun
বৰ বৰষুণৰ পাছত হোবা সূৰ্য্যৰ প্ৰকাশ
appearance of the sun after continuous rain
- চকাহন্দাcakāhandāAdjective
অলপ পোহৰ থকা; বৰ ফৰকাল পোহৰ নোহোবা
faintly lighted or shining; dim
- চকাৰ-বকাৰcakāra-bakāraNoun
কোনো এটা আখৰ বা কথা; কোনো শুং-সূত্ৰ
the smallest particle of information or knowledge; a jot
- চকিcakiNoun
ৰজাৰ নগৰ বা গড়ৰ দুবাৰ বা পৰ দিয়া ঠাই
a gate or entrance to a palace or city where a guard is placed
- চকি চকিcaki, caki
নিজ নিজ।
- চকিতcakitaAdjective
চঁক খোবা; চমকিত; যেনে-"কৈলাসে চকিত অতি ভৈলন্ত ঈশান" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)
frightened suddenly
- চকিদাৰ
কোনো ঘৰ বা ঠাইৰ সাবধান ল'বলৈ ৰখা মানুহ; চকীয়াল
a guard; a keeper
- চকিয়ালcakiẏālaNoun
পৰ দিয়া মানুহ; পৰীয়া; প্ৰহৰী; চকিদাৰ
a guard; a sentry
- চকীcakīNoun
ৰজাৰ নগৰ বা গড়ৰ দুবাৰ বা পৰ দিয়া ঠাই
a gate or entrance to a palace or city where a guard is placed
- চকীদাৰ
কোনো ঘৰ বা ঠাইৰ সাবধান ল'বলৈ ৰখা মানুহ; চকীয়াল
a guard; a keeper
- চকীয়ালcakīẏālaNoun
পৰ দিয়া মানুহ; পৰীয়া; প্ৰহৰী; চকিদাৰ
a guard; a sentry
- চকুcakuNoun
চক্ষু; শৰীৰৰ যি অঙ্গেৰে দেখা যায়; নেত্ৰ; নয়ন
the eye
- চকু গজ
বুজিব পৰা হ; বুজা হ।
to develop an understanding of things around.
- চকু গজ্
বুজন হ; ভাল-বেয়া বুজিব পৰা হ
to grow up; to be able to understand what is right and what is wrong
- চকু গজ্Verb-Intran.
বুজিব পৰা হ; বুজা হ।
to develop an understanding of things around.
- চকু ঘূৰাso.ku ghu.raVerb-Intran.
to roll the eyes up as an expression of anger.