← ফুৰি যাওক

চকামকাকৈ

so.ka.mo.ka.koi

অৰ্থ

1.

ভালদৰে স্পষ্টকৈ নেদেখাকৈ; চকুৰে ভালকৈ মণিব নোৱাৰা ধৰণে৷

in a blurred manner; in a way not capable of being clearly distinguished, as by the eyes.

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চকামকাকৈ · অসমীয়া অভিধান