← ফুৰি যাওক

চকামকা

cakāmakā

অৰ্থ

1.

খন্তেকীয়া পোহৰ

a temporary flash of light

বি.

2.

অস্পষ্ট পোহৰ; ফলকাল নোহোবা

twilight; indistinct light

বি.

3.

অলপ থকা অলপ নথকা অবস্হা; যেনে-"টোপনিৰ চকামকা"

imperfectly awake or bright state

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চকামকা · অসমীয়া অভিধান