চকাহন্দা
cakāhandā
অৰ্থ
1.
অলপ পোহৰ থকা; বৰ ফৰকাল পোহৰ নোহোবা
faintly lighted or shining; dim
বিণ.
2.
সমানে নিজিলিকা; চেলেকা-চুৰুৰীয়া; যেনে-"ঠাইখন বা বেৰখন লিপা চকা-ছন্দা হ'ল
not uniformty bright or painted
বিণ.
3.
অস্পষ্ট পোহৰ; অলপ এন্ধাৰ-মিহলি পোহৰ
dusk; twilight
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ