← ফুৰি যাওক

চকি

caki

অৰ্থ

1.

ৰজাৰ নগৰ বা গড়ৰ দুবাৰ বা পৰ দিয়া ঠাই

a gate or entrance to a palace or city where a guard is placed

বি.

সমাৰ্থক শব্দ

2.

এই পৰৰ কাৰণে দিব লগীয়া কৰ

a tax levied for keeping watch of a place or town

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ