← ফুৰি যাওক

চকু

caku

অৰ্থ

1.

চক্ষু; শৰীৰৰ যি অঙ্গেৰে দেখা যায়; নেত্ৰ; নয়ন

the eye

বি.

2.

বাঁহ আদিৰ আখি; বাঁহ আদি গাঁঠিৰ যি ঠাইৰপৰা গজালি মেলে

the knot caused by the out-growth of a branch; the eye

বি.

3.

খহু. ফোঁহা আদিৰ মাজত থকা গুটিৰ নিচিনা বস্ত্ত

the central core of a boil

বি.

4.

গুটিৰ কণ

the germ of a seed

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ