কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খালাছkhālāchaNoun
দায় বা দণ্ডৰপৰা মুক্তি
release; acquittal
- খালাছীkhālāchīNoun
ৰেল-জাহাজ আদিত কাম কৰা বনুবা
a menial employed in steamers, railways, etc.
- খালিkhāliNoun
শৰাধ আদিত চাউল দিবলৈ কলপটুবা চেপেটা কৰি সজা পাত্ৰ-বিশেষ
a plate or shallow dish made of the sheath of a plantain tree for offering rice at the śrāddha ceremony
- খালি কৰ্kha.li korVerb-Trans.
আকাৰ বা পৰিমাণত সৰু বা কম হোৱা
to become small or less in size or quantity
- খালীkhālīAdjective
শূন্য; উদং; একো বা কোনো নথকা
empty; vacant
- খালী কৰ্kha.li korVerb-Trans.
কোনো পাত্ৰত থকা সকলো বস্তু আঁতৰাই পেলোৱা
to make (something) clear by removing the things it contains
- খালৈkhālaiNoun
বাঁহৰ কাঠীৰে সজা টেকেলিৰ নিচিনা ডিঙি থকা মাছ ৰখা পাত্ৰ; কুক; কোক
a small bamboo basket for keeping fish in; a creel
- খালৈ-পেটাAdjective
খালৈৰ নিচিনা পেট- ডাঙৰ; গেৰেলা; পেটুবা
pot-bellied
- খালৈ-ভাঙীkhālai-bhāṅīAdjective
গেদ্গেদী; ভেদ্ভেদী; এবিধ ক'লা বা ছাইবৰণীয়া, চেপেটা, বাকলি থকা, মঙহাল, ঘোদা পানীত থকা মাছ [স্বাভাবিকতে ই লেধা আৰু ভেবা; ইয়াক সাধুত কাঞ্চনমতী বুলিও কয়; যেনে-"কাঞ্চনমতী বাই, মেললৈ যায় কি নেযায়।"]; সথলি
a kind of fish; Nandus marmaratus
- খালৈ-ভাঙ্গীkha.loi.-bhangiCommon Noun
এবিধ বহল মুখৰ কাৱৈ জাতীয় মাছ ৷
A big mouth fish like a Climbing fish .
- খালোণkhāloṇaNoun
পগাই গোটা কৰা খাৰ; ডুখৰীয়া খাৰ
inspissated solution of potash
- খাস্তাংkhāstāmAdjective
সমূলি নষ্ট; উবাৰ; উচ্ছন্ন
wholly destroyed or laid waste
- খাস্তাং কৰ্khas.tang korVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- খাহkhāhaNoun
সদায় বা কোনো সময়ত বন্ধ পানী থকা আৰু বোবঁতী নৈৰপৰা আঁতৰত থকা দ আৰু অপৰিষ্কাৰ ঠাই
a low place subject to inundation
- খাহীkhāhīNoun
কণী কাঢ়ি নপুংসক কৰা ছাগ; . বিণ. কণী কাঢ়ি নপুংসক কৰা; কণী কঢ়া
a castrated goat ; castrated
- খাহী কৰ্kha.hi korVerb-Trans.
অণ্ডাশয় আঁতৰ কৰি মতা জন্তুৰ প্ৰজনন ক্ষমতা নাশ কৰ্।
To render an animal incapable of reproduction by removal of testicles.
- খাহৰজীয়াAdjective
গাঁবত থকা; গাঁবলীয়া; সামান্য; নীহ; চহা
rustic; vulgar; wanting refined manners
- খাহৰাজNoun
নগৰৰ পৰা দূৰত থকা ঠাই; গাঁও
a village; a rural place
- খাড়khāṛaAdjective
পোনে পোননে ওপৰলৈ উঠা; থিয়
perpendicular; upright; standing
- খাড়বkhāṛabaNoun
যি ৰাগ-ৰাগিণীত স্বৰগ্ৰামৰ ছটা স্বৰ প্ৰযুক্ত হয়।