← ফুৰি যাওকখালীkhālīঅৰ্থ1.শূন্য; উদং; একো বা কোনো নথকাempty; vacantবিণ.সমাৰ্থক শব্দখালি · khāli2.শুদা; কেবল; একমাত্ৰ; যেনে-"থালি ভাত, আৰু একো নাই"onlyবিণ.সমাৰ্থক শব্দখালি · khāliউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ