← ফুৰি যাওক

খালি

khāli

অৰ্থ

1.

শৰাধ আদিত চাউল দিবলৈ কলপটুবা চেপেটা কৰি সজা পাত্ৰ-বিশেষ

a plate or shallow dish made of the sheath of a plantain tree for offering rice at the śrāddha ceremony

বি.

2.

শূন্য; উদং; একো বা কোনো নথকা

empty; vacant

বিণ.

সমাৰ্থক শব্দ

3.

শুদা; কেবল; একমাত্ৰ; যেনে-"থালি ভাত, আৰু একো নাই"

only

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ