← ফুৰি যাওক

খালী কৰ্

kha.li kor

অৰ্থ

1.

কোনো পাত্ৰত থকা সকলো বস্তু আঁতৰাই পেলোৱা

to make (something) clear by removing the things it contains

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

(কাৰোবাক বা কিহবাক) বিপদজনক স্থানৰ পৰা সুৰক্ষিত স্থানলৈ আঁতৰ কৰ্৷

remove (someone or something) from a place of danger to a safer place.

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খালী কৰ্ · অসমীয়া অভিধান