খাহ
khāha
অৰ্থ
1.
সদায় বা কোনো সময়ত বন্ধ পানী থকা আৰু বোবঁতী নৈৰপৰা আঁতৰত থকা দ আৰু অপৰিষ্কাৰ ঠাই
a low place subject to inundation
বি.
2.
নগৰৰপৰা দূৰত থকা ঠাই বা গাঁও
a rural place
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ