কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কটাkaṭā
কাটি পেলা; ছেদন কৰ্; ঘা লগা; . (সময়) অতিবাহিত কৰ্
to cut; to wound ; to spend (time)
- কটা-কটিNoun
পৰস্পৰে বা ইটোবে সিটোক কটা কাৰ্য্য
cutting or stabbing each other
- কটা-বান্ধkaṭā-bāndhaNoun
হাত দুখন পাছলৈ বা পিঠিৰ ফালে নি দিয়া বান্ধ; জন্ত্তৰ আগ-ঠেং দুটা আৰু চৰাইৰ ডেউকা দুটা পাছ ফাললৈ নি দিয়া বান্ধ
binding together the arms or forelegs behind the back; pinioning
- কটা-যোবাkaṭā-yobāNoun
গালি পৰা মাত; নষ্ট যোবা
a term of abuse; damned
- কটাকটি কৰ্ko.ta.ko.ti korVerb-Trans.
+ বা x ৰ দৰে কোনো ৰেখা, ৰছী, পথ আদিক ভাগ কৰা বা এটাৰ/এদালৰ ওপৰেৰে আনটো/আনএদাল পাৰ হৈ যোৱা।
to devide by crossing or cutting; (of lines, roads etc.) to cross each other like + or x.
- কটাক্ষkaṭākṣaNoun
চকু কেৰাহি বা কেঁচিয়াকৈ কৰা দৱষ্টি; চকু পকাই কৰা দৱষ্টি
a side-long look
- কটাক্ষপাতko.ta.khyo.patVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- কটানিkaṭāni
বিয় এৰাণি; হাবি কাটি থোবা ঠাই
a place where the jungle has been cut down
- কটালkaṭālaNoun
পৰিমাণ; যেনে-"এবে তঘু বলৰ কটাল যেবে পাওঁ" (মা. ক. কিষ্কিন্ধ্যাকাণ্ড)
measure
- কটালিkaṭāliNoun
মাহ, সৰিয়হ আদি শস্য মৰাৰ পাছত বাকী থকা শুকান জাবৰ; যেনে-"সৰিষ-কটালি-তলে থাকোঁহো সোমাই" (শঙ্কৰ-চৰিত)
dry stalks or trash of grains
- কটাহkaṭāhaNoun
কেৰাহী; লোহোৰা
a frying pan
- কটাহিkaṭāhiNoun
খঙেৰে চকু পকাই চোবা; সামান্য খং প্ৰকাশ; যেনে-"ল'ৰাটোবে অলপো কটাহি নসহে"
angry look; show of anger
- কটাহী বেঙেনাko.ta.hi be.nge.naCommon Noun
সৰু সৰুকৈ থোপাথোপে গুটি লগা এবিধ বেঙেনা জাতীয় তিতা গছ আৰু তাৰ ফল ৷ মানুহে তাৰ আঞ্জা খায় ৷
Brhati is a medicinal plant. Brhati occurs throughout India, often in waste places, on roadsides and in open scrublands. It is a prickly, much branched shrub, usually spreading or diffused, It grows upto 1-5 metres in height. The young branches are densely covered with minute star – shaped hairs . The prickles are yellow, shining, about 1-5 cm long. The leaves upto 10 cm long, their midribs and other nerves with sharp yellow prickles. The flowers are purple, about 2 cm long, in racemose extra – axillary cymes. The fruits round, 1.5 – 2 cm, dark yellow when ripe. The seeds are smooth, minutely pitted. The botanical name of brhati is Solanum indicum and it belongs to family Solanceae. In the Ayurvedic formulary of India. Solanum indicum (brhati) and Sulanum xanthocarpum (kantakari), together, are termed as brhari dvayam. The fruit and root of brhati contain wax, fatty acids and alkaloids solanin and solanidine. Traditionally, among some of the tribal people in the North East India, the raw berry fruits of brhati are crushed and applied on boils, scorpion stings and bee stings. They are also eaten for the cure of diabetes.
- কটাৰ পোNoun
গালি পৰা মাত; নষ্ট যোবাৰ পো
a term of abuse; a son of a damned man
- কটাৰীkaṭārīNoun
এবিধ সৰু চঁচা-কটা কৰা অস্ত্ৰ
a knife
- কটাৰী-ডবুবা
এবিধ ফেচু-জাতীয় চৰাই
a kind of bird
- কটাৰী-ডবুবা ধান
এবিধ ধান
a kind of paddy
- কটাৰী-ডবুবা মাহNoun
এবিধ উৰহী গছৰ নিচিনা লতা আৰু তাৰ ছেঁইৰ ভিতৰত হোবা মাহ
a kind of bean
- কটাৰ্kaṭārNoun
কটাৰী; সৰু অস্ত্ৰ।
- কটিkaṭiNoun
শৰীৰৰ মাজ ভাগ; কঁকাল; নাই আৰু কৰঙনৰ মাজছোবা
the waist