← ফুৰি যাওক

কটা-বান্ধ

kaṭā-bāndha

অৰ্থ

1.

হাত দুখন পাছলৈ বা পিঠিৰ ফালে নি দিয়া বান্ধ; জন্ত্তৰ আগ-ঠেং দুটা আৰু চৰাইৰ ডেউকা দুটা পাছ ফাললৈ নি দিয়া বান্ধ

binding together the arms or forelegs behind the back; pinioning

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কটা-বান্ধ · অসমীয়া অভিধান