← ফুৰি যাওক

কটাৰ্

kaṭār

অৰ্থ

1.

কটাৰী; সৰু অস্ত্ৰ।

বি.

2.

পীড়া কৰ্; যেনে-"চক্ষু কটাৰয় ৰূপে চাহিতে নপাৰি" (মা. ক. আদিকাণ্ড)

to cause pain

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কটাৰ্ · অসমীয়া অভিধান