← ফুৰি যাওক

কটাহ

kaṭāha

অৰ্থ

1.

কেৰাহী; লোহোৰা

a frying pan

বি.

2.

কাছৰ চলং

the shell of a turtle

বি.

3.

কোনো বস্ত্তৰ টান বাকলি, আবৰণ বা ঢাকনি; যেনে-"চৰণৰ নথে কটাহ ফুটাইলো, গঙ্গাক আনি নমাইলো" (কাণখোবা)

a hard shell or cover

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কটাহ · অসমীয়া অভিধান