← ফুৰি যাওক

কটা-কটি

অৰ্থ

1.

পৰস্পৰে বা ইটোবে সিটোক কটা কাৰ্য্য

cutting or stabbing each other

বি.

2.

ভগ্নাংশ অঙ্কত সংখ্যাৰ কটাকটি।

বি.

3.

এবিধ আঁৰু আৰু অঙ্ক দি খেলা খেল।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ