← ফুৰি যাওক

কটাক্ষ

kaṭākṣa

অৰ্থ

1.

চকু কেৰাহি বা কেঁচিয়াকৈ কৰা দৱষ্টি; চকু পকাই কৰা দৱষ্টি

a side-long look

বি.

2.

খাতিৰ বা মান্য নকৰা; কাণ নকৰা; তুচ্ছ জ্ঞান কৰা

disregard; slight; indifference

বি.

3.

খং বা বিৰক্তি দেখাবৰ কাৰণে চকু পকাই চোবা; পোন চকুৰে নোচোবা; দূৰ- দৱষ্টি; কোপ-দৱষ্টি

angry look

বি.

4.

প্ৰেম বা আসক্তি দেখুবাই কেৰাহিকৈ চোবা

passionate look

বি.

5.

চকুৰ পচাৰ

twinkling of an eye; a moment

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কটাক্ষ · অসমীয়া অভিধান