কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফাপphapVerb-Intran.
দৰৱ, মন্ত্ৰ আদিৰ গুণ ধৰ ৷
To be efficacious, as a medicine or an incantation.
- ফাপ্phāpIntransitive verb
গুণ ধৰ্ (দৰব আৰু মন্ত্ৰ)
to be efficacious, as a medicine or an incantation
- ফাপৰphāparaNoun
জন্ত্তৰ মাখি-ছাল ছিগি নোম সৰা বেমাৰ
scurf or mange
- ফাপৰী-ধানphāparī-dhānaNoun
গুণি-ধান।
- ফাপৰে খোৱাpha.po.re kho’.waProper Adj.
চালৰ বেমাৰ হৈ নোম সৰি যোৱা|
characterized by any skin disease caused by parasitic mites affecting animals and sometimes humans and characterized by loss of hair and scabby eruptions.
- ফাপৰে ধৰাpha.po.re dho.raProper Adj.
চালৰ বেমাৰ হৈ নোম সৰি যোৱা|
characterized by any skin disease caused by parasitic mites affecting animals and sometimes humans and characterized by loss of hair and scabby eruptions.
- ফালphālaNoun
নাঙলৰ মুখত লগোবা চেপেটা লো বা বাঁহৰ ছটা, যাৰে মাটি ফলা বা চাহ কৰা যায়
a ploughshare
- ফাল ফালAdjective
অনেক ফাল হোবা; ছিৰাছিৰ
divided into several strips or pieces
- ফালনVerbal Noun
ফলা কাৰ্য্য; বল প্ৰয়োগ কৰি ভেদ বা বিদীৰ্ণ কৰা কাৰ্য্য
the act of separating into pieces by pulling apart
- ফালাপpha.lapMaterial Noun
উতলা পানীত চাহগছৰ শুকান পাতৰ গুৰি তিয়াই প্ৰস্তুত কৰা আৰু গৰম বা ঠাণ্ডা অৱস্থাত পৰিৱেশন কৰা এবিধ দেহাক সজীৱতা প্ৰদান কৰিব পৰা পানীয়
a refreshing drink served cold or hot, prepared from a liquor extracted by infusing the dried leaves of tea plant in boiling water.
- ফালিphāliNoun
মূৰত মেৰাই পিন্ধা ঠেক কাপোৰ
a strip of narrow cloth for wrapping round the head
- ফালি-চিৰি পেলাpha.li-si.ri pe.laVerb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- ফালেpha.leAdposition
কোনো এক নিৰ্দিষ্ট পক্ষত বা দিশত ৷
One the side of or in a certain side.
- ফালেঙীphāleṅīNoun
লাভৰ কাৰণে লোকৰ বস্ত্ত বেচি দিওঁতা; লোকৰপৰা বস্ত্ত আনি বেচি ফুৰা মানুহ
a broker; a hawker
- ফালেঙী মাৰ্
ফাকি দি
to deceit
- ফালেঙ্গীpha.leng.giCommon Noun
ধনৰ বিনিময়ত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যোগাযোগ কৰি দিয়া লোক।
a person who takes commission to establish contacts between a seller and a buyer.
- ফালোঁতাpha.lo`~.taVerbal Noun
যি বিদাৰণ কৰে বা ফালে।
one who tears or causes to fall apart (somethings).
- ফাল্phālTransitive verb
ছিৰ্; ছিটাছিট কৰ; দুই বা বহু ফাল কৰ্
to ear, rend or split
- ফাল্গুনphālgunaNoun
বছৰৰ একাদশ মাহ
- ফাল্গুনিphal.gu.niProper Noun
পঞ্চপাণ্ডৱৰ তৃতীয় ভ্ৰাতৃ৷ এখেতৰ দেৱপিতৃ ইন্দ্ৰদেৱ আৰু মাক কুন্তী৷ তেওঁ ’মহাভাৰত’ৰ সময়ত সৰ্বশ্ৰেষ্ঠ ধনুধৰ আছিল৷ দুয়োহাতে সমানে ধনু চলাব পাৰিছিল বাবে তেওঁক সব্যসাচী বুলিও কয়৷
the third brother of the Pandavas; the greatest archer of his time.