← ফুৰি যাওক

ফাল্গুন

phālguna

অৰ্থ

1.

বছৰৰ একাদশ মাহ

বি.

2.

ফাল্গুনী নক্ষত্ৰ- সম্বন্ধীয়; ফাল্গুনী অৰ্জ্জুনৰ এটা নাম

a name of Arjuna

বি.

3.

ফাল্গুনৰ পূৰ্ণিমা; বাসন্তী পূৰ্ণিমা

the day of full moon in the month of Phālguna

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফাল্গুন · অসমীয়া অভিধান