← ফুৰি যাওক

ফাল

phāla

অৰ্থ

1.

নাঙলৰ মুখত লগোবা চেপেটা লো বা বাঁহৰ ছটা, যাৰে মাটি ফলা বা চাহ কৰা যায়

a ploughshare

বি.

2.

পাট-সূতা কটা যন্ত্ৰৰ খুঁটি।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ