ফাপৰ
phāpara
অৰ্থ
1.
জন্ত্তৰ মাখি-ছাল ছিগি নোম সৰা বেমাৰ
scurf or mange
বি.
2.
মানুহৰ ছাল শুকান আৰু খহটা হোবা
the roughness of the human skin
বি.
3.
দুৰবস্হা; নিৰুপায়; যেনে -"মানুহটো তেনেই ফাপৰত পৰিল"।
বি.
4.
বাম-মাটিত সিঁচি খেতি কৰা এবিধ ধান
the Buck-wheat; Fagopyrum
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ