ফালেঙী
phāleṅī
অৰ্থ
1.
লাভৰ কাৰণে লোকৰ বস্ত্ত বেচি দিওঁতা; লোকৰপৰা বস্ত্ত আনি বেচি ফুৰা মানুহ
a broker; a hawker
বি.
2.
ফাকি দিয়া; মিছলীয়া; লাভৰ কাৰণে যেই সেই মিছা কোবা
deceitful; lying
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ