← ফুৰি যাওক

ফালি

phāli

অৰ্থ

1.

মূৰত মেৰাই পিন্ধা ঠেক কাপোৰ

a strip of narrow cloth for wrapping round the head

বি.

2.

চুলিৰ আগত বা ডিঙিত বান্ধি ওলমাই ৰখা সূতাৰ জৰী

a string hanging from the end of the hair with which it is tied up

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফালি · অসমীয়া অভিধান