কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফাট্phāṭIntransitive verb
দুফাল হ; ছিৰা মেল্; ছিটাছিট্ হ; বিদীৰ্ণ হ; দুভাগ হ
to be torn; to crack or split
- ফাডাৰCommon Noun
খ্ৰীষ্টধৰ্মৰ গীৰ্জাঘৰৰ পাদুৰি, এজন সন্মানীয় কাৰ্যকৰ্তা৷
a title of reverence, as for church dignitaries.
- ফাতিহাphātihā
"ফিতাহি" চোবাঁ।
- ফাত্ৰাphātrāAdjective
মিছলীয়া; চঞ্চল; বিশ্বাসৰ অযোগ্য
untrust worthy
- ফাদিলphādilaAdjective
ব্যক্ত; জনাজাত; যেনে-"গুপ্ত কথা ফাদিল হ'ল"
revealed; noised abroad
- ফাদিল কৰpha.dil korVerb-Trans.
মানুহৰ দৃষ্টিলৈ আন্ বা সকলোকে জনাই দে৷
bring to sight or knowledge.
- ফানphānaNoun
জন্ত্তৰ নেজৰ মূৰত থকা দীঘল চুলি বা চুলিৰ কোছা
tuft of hair at the end of the tail of an animal; a hair of that tuft
- ফান ফান কৰ্phāna, phāna, kar
ডাল ডাল কৰ্; সিঁচৰতি কৰ; , ফান ফান হ
to scatter ; to be scattered
- ফান-ফানphan-phanProper Adj.
তুলা বা কপাহৰ দৰে কোমল
resembling cotton; as soft as cotton
- ফানটিphan.tiMaterial Noun
ৰছী বা ফিটাৰ সহায়ত ভৰিত পিন্ধা, ওপৰৰ ফালে খোলা এবিধ জোতা।
a shoe with a sole and worn with the help of strings or thongs attached to it.
- ফানতিphānatiNoun
ফন্তা।
- ফানুচphānucaNoun
বেলোলৰ চাকি লগোবা সঁজুলি; বেলোলৰ আবৰণ
the chimney or shade of a lamp
- ফানুছphānuchaNoun
বেলোলৰ চাকি লগোবা সঁজুলি; বেলোলৰ আবৰণ
the chimney or shade of a lamp
- ফান্দphāndaNoun
পহুৰবা চৰাই ধৰা যতন
a trap
- ফান্দত পৰ্khan.dot porVerb-Intran.
জালত বন্দী হ বা জালত পৰি এৰাব নোৱাৰা হ
to be entangled or trapped
- ফান্দনিphāndaniNoun
কলাফুলৰ তল আৰু ভৰৰ গেৰোবাৰ ওপৰৰ ভাগ
the lower part of the calf; Tendo-achillis
- ফান্দীphāndīNoun
ফান্দ পেলাই বনৰীয়া হাতী ধৰোঁতা
one who nooses a wild elephant; an elephant catcher
- ফান্দোবালphāndobālaNoun
ফান্দী; যেনে-"গুণি চোবা মন তুমি এড়াইবা কমনে। ফান্দোবাল গোবিন্দৰ ধৰিয়ো চৰণে" (বৰগীত)।
- ফান্দোৱালphan.do`.walVerbal Adj.
ফান্দ পেলাই বনৰীয়া হাতী ধৰোঁতা
one who nooses a wild elephant or an elephant catcher
- ফান্দ্phāndIntransitive verb
ফিন্দা; যেনে-"পাৰিল গেডুবা চড়াই ফুল ভৰি ফান্দি। অৰ্দ্ধেক ভৰিৰ খোজ হেৰা আছে বান্ধি" (বৰগীত)।