← ফুৰি যাওকফানুছphānuchaঅৰ্থ1.বেলোলৰ চাকি লগোবা সঁজুলি; বেলোলৰ আবৰণthe chimney or shade of a lampবি.সমাৰ্থক শব্দফানুচ · phānuca2.তুলাপাতৰ আবৰণ দিয়া চাকিpaper lampবি.সমাৰ্থক শব্দফানুচ · phānucaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ