← ফুৰি যাওক

ফানুচ

phānuca

অৰ্থ

1.

বেলোলৰ চাকি লগোবা সঁজুলি; বেলোলৰ আবৰণ

the chimney or shade of a lamp

বি.

সমাৰ্থক শব্দ

2.

তুলাপাতৰ আবৰণ দিয়া চাকি

paper lamp

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফানুচ · অসমীয়া অভিধান