← ফুৰি যাওক

ফান্দ

phānda

অৰ্থ

1.

পহুৰবা চৰাই ধৰা যতন

a trap

বি.

2.

হাতী ধৰা ফাঁচ্ বা খোৰোচা-জৰী

a noose

বি.

3.

লোকক অন্যায় কৰিবলৈ গোপনে কৰা উপায় বা কৌশল; ফন্দি

crafty design or device; a snare

বি.

4.

অন্যায় কৰিবলৈ গোপনে বুদ্ধি সাজ্

To design secretly in order to undermine

বি.

5.

ফাঁচ লগা (হাতীৰ ডিঙিত)

to noose, as a wild elephant

সক. ধা.

6.

(পু. অ.) ভাঁজ; যেনে-"ভাগিল মাগুলিঃ আগ গৈল চলিঃ ধনু ফান্দ দিলে গাব" (বৰগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ