ফাট্
phāṭ
অৰ্থ
1.
দুফাল হ; ছিৰা মেল্; ছিটাছিট্ হ; বিদীৰ্ণ হ; দুভাগ হ
to be torn; to crack or split
অক. ধা.
2.
চাৰিওফালে ব্যক্ত হ বা প্ৰকাশ পা; যেনে-"কথাটো ফাটি গ'ল"
to be spread abroad
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ