← ফুৰি যাওক

ফান্দোবাল

phāndobāla

অৰ্থ

1.

ফান্দী; যেনে-"গুণি চোবা মন তুমি এড়াইবা কমনে। ফান্দোবাল গোবিন্দৰ ধৰিয়ো চৰণে" (বৰগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফান্দোবাল · অসমীয়া অভিধান