কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থূপুৰিয়াTransitive verb
থূপা; গোটা
to collect together
- থূপুৰীthūpurīAdjective
একে ঠাইতে দ'ম খাই থকা; থোপা বন্ধা
collected together; heaped
- থূলthūlaNoun
সমূহ; সমাজ; সভা; বিশেষ কৰ্ম্ম-কাৰ্য্যৰ বাবে গোট খোবা সমাজ
a congregation; an assemblage of persons, especially for a religious purpose
- থূলন্তৰthūlantaraAdjective
ডাঙৰ বা পুষ্ট গা-থকা; মঙহাল; হৱষ্ট-পুষ্ট
corpulent; stout
- থেঁতাল্the~.talVerb-Trans.
বাৰে বাৰে বল প্ৰয়োগ কৰি আঘাট কৰ্
to hit with force repeatedly
- থেঁতেলিয়াthe~.te.li.yaVerb-Trans.
বাৰে বাৰে বল প্ৰয়োগ কৰি আঘাট কৰ্
to hit with force repeatedly
- থেঁতেল্the~.telVerb-Trans.
বাৰে বাৰে বল প্ৰয়োগ কৰি আঘাট কৰ্
to hit with force repeatedly
- থেকেচ-নেকেচNoun
অসন্তোষ বা খং প্ৰকাশ কৰি অ'ত ত'ত বস্ত্ত বলেৰে পেলোবা
dashing down things as an expression of displeasure or anger
- থেকেচনিNoun
বলেৰে পেলাই দিয়া কাৰ্য্য
act of dashing or throwing down violently
- থেকেচাNoun
বলেৰে মাটিত বা কোনো বস্ত্তৰ ওপৰত পেলোবা; আফলা
dashing; a violent throwing
- থেকেচা খা
আফাল খাই পৰ্; বলেৰে আছাৰ খাই পৰ্
to be thrown down violently
- থেকেচা মাৰ্
থেকেচ্; বলেৰে মাটিত বা কোনো বস্ত্তৰ ওপৰত পেলাই দি
to throw down violently
- থেকেচ্thekecTransitive verb
বৰ বলেৰে কোনো টান বস্ত্তৰ ওপৰত পেলাই খুন্দা দি; আফাল্
to dash; to throw down violently
- থেকেৰাthekerāNoun
এবিধ গাৰপৰা বগা এঠা ওলোবা গছ আৰু তাৰ টেঙা ফল [ইয়াৰ চাৰিবিধ আছেঃ যেনে-কাউ-থেকেৰা; কুঁজী-থেকেৰা; বৰ-থেকেৰা; ৰুপহী- থেকেৰা।]
the gamboze tree and its fruit
- থেকেৰা টেঙাthe.ke.ra te.ngaCommon Noun
এবিধ টেঙা বনৌষধি ফল ৷ ইয়াক নানান ভাৱে কেচাই বা শুকুৱাই খোৱা হয় ৷ পেটৰ বিভিন্ন অসুখতো ইয়াক ব্যৱহাৰ কৰা হয় ৷
mangosteen rind (exocarp) extract is used as a spice.Most species in Garcinia are known for their gum resin, brownish-yellow from xanthones such as mangostin and used as purgative or cathartic, but most frequently – at least in former times – as a pigment. It is also used as herbal medicine.
- থেকেৰা- মাহীNoun
এবিধ বনৰীয়া ওখ-ডাঙৰ গছ।
- থেতাল্thetālTransitive verb
ফালি-ছিৰি চেপেটা কৰ্; খুন্দি চেপেটা বা আধা- ভগা কৰ্
to crush; to bruise
- থেতেলাTransitive verb
আনৰ দ্বাৰা খুন্দাই চেপেটা বা আধা ভগা কৰা
to cause to be crushed or bruised
- থেতেলা-খোবাAdjective
থেকেচা-খোবা; যাৰে-তাৰে চৰ-লাথি খোবা; অনেকবাৰ অপমানিত হোবা
assaulted and insulted everywhere; put to shame
- থেতেল্, থেতেলা খাIntransitive verb
খুন্দা খাই চেপেটা বা আধা ভাগ হ
to be crushed; to be bruised