থেকেচ্
thekec
অৰ্থ
1.
বৰ বলেৰে কোনো টান বস্ত্তৰ ওপৰত পেলাই খুন্দা দি; আফাল্
to dash; to throw down violently
সক. ধা.
2.
বৰকৈ গালি-শপনি পাৰি মনত কষ্ট দি
to rebuke or abuse sharply
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ