থূল
thūla
অৰ্থ
1.
সমূহ; সমাজ; সভা; বিশেষ কৰ্ম্ম-কাৰ্য্যৰ বাবে গোট খোবা সমাজ
a congregation; an assemblage of persons, especially for a religious purpose
বি.
2.
থূলন্তৰ; যেনে-"কায়া থূল ঘোৰ শূল ধৰি হাতে" (বৰগীত)
বি.
3.
কোনো সভাত কাৰ্য্য সমাধা কৰিবৰ নিমিত্তে আবশ্যকীয় সংখ্যাৰ সমজুবা
a quorum
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ