← ফুৰি যাওক

থেতেলা-খোবা

অৰ্থ

1.

থেকেচা-খোবা; যাৰে-তাৰে চৰ-লাথি খোবা; অনেকবাৰ অপমানিত হোবা

assaulted and insulted everywhere; put to shame

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থেতেলা-খোবা · অসমীয়া অভিধান