← ফুৰি যাওক

থেকেচা

অৰ্থ

1.

বলেৰে মাটিত বা কোনো বস্ত্তৰ ওপৰত পেলোবা; আফলা

dashing; a violent throwing

বি.

2.

গালি-শপনি' টান কথাৰে দিয়া কষ্ট

a sharp rebuke

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থেকেচা · অসমীয়া অভিধান