থেকেচনি
অৰ্থ
1.
বলেৰে পেলাই দিয়া কাৰ্য্য
act of dashing or throwing down violently
বি.
2.
গালি-শপনি; টান কথাৰে মনত দুখ দিয়া কাৰ্য্য
act of rebuking sharply
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ