কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উচল-পাচলucala-pācalaAdjective
আনন্দত ডেও পৰা বা অস্হিৰ হোবা
excited with delight
- উচলাucalāAdjective
ওপৰলৈ উঠা; দাং খোবা; উজলা; আগ বাঢ়ি ওলাই থকা
up-raised; prominent
- উচলা-দঁতাu.so.la-do~.taProper Adj.
যাৰ ওপৰৰ পাৰি দাঁত আগলৈ ওলোৱা৷
One who`s front teeth of the upper jaw is upraised.
- উচল্Intransitive verb
শেষ হ; নাইকিয়া হ
to be exhausted
- উচাucāNoun
প্ৰশংসাত মন ওফন্দি উঠা ভাব
elation due to praise
- উচাটucāṭaNoun
হঠাৎ উঠা খং; হঠাৎ খং কৰি উঠা অবস্হা
sudden anger or excitement
- উচাট মাৰ্
হঠাৎ খং কৰি উঠ্; হঠাৎ খং কৰ্
to become excited or angry suddenly
- উচাটনNoun
ব্যাকুল
anxiety
- উচাতনu.sa.tonAbstract Noun
ভয় বা মানসিক আকুলতাৰ বাবে কোনো কথাত লাগি থাকিব নোৱাৰা বা থিৰে থাকিব নোৱাৰা অৱস্থা
the character of not being able to focus or be stationary due to fear or anxiety
- উচাত্মিকা বোধu.sat.mi.ka.bo’dhAbstract Noun
নিজকে আনতকৈ উচ্চ খাপৰ বুলি ভবা মনোবৃত্তি।
an exaggerated feeling of one being superior to others.
- উচাদucādaNoun
আনৰ কথা ভঙ্গ কৰা; অমান্য বা অবাধ্য আচৰণ
disrespect or disregard of what others say
- উচাপu.sapAbstract Noun
মানসিকভাৱে আঘাতগ্ৰস্ত হোৱা কাৰ্য
an emotional or psychological shock
- উচাপ খা
চঁক খা; ভয় পাই গা কঁপা বা জোঁকাৰ মাৰ্
to be frightened suddenly
- উচাপ্ucāpNoun
ক; অকস্মাৎ ভয় পাই মৰা গাৰ জোঁকাৰ
a start due to sudden fright
- উচাপ্ খাu.sap khaVerb-Intran.
হঠাতে ভয় খাই গা জোঁকাৰ্ খা
to get frighetened suddenly
- উচালucāla
[সং. উচ্চালয়তি সক. ধা. ওপৰলৈ দাঙি ধৰ্; উজাল
to raise up
- উচাল্u.salVerb-Trans.
ওপৰলৈ ডাঙি ধৰ্।
to lift upwards.
- উচাহucāhaNoun
উদগনি
encouragement
- উচিতucitaAdjective
যুগুত; ন্যায়; যুক্তিসিদ্ধ
just; right; reasonable
- উচিততাu.si.to.taAbstract Noun
আইনমতে যি উচিত
the state or equality of being legal